নেশ্যনেল ডেস্ক, 7 ফেব্ৰুৱাৰীঃকংগ্ৰেছী বিধায়ক কোড়িকুন্নিল সুৰেশে শুকুৰবাৰে লোকসভাত এক স্থগিতাদেশ জাৰি কৰে ৷ তেওঁ চীনত শিক্ষাগ্ৰহণ কৰি থকা ভাৰতীয় শিক্ষাৰ্থীসকলক ভাৰতলৈ ওভতাই অনাৰ ক্ষেত্ৰত আভ্যন্তৰীণ চৰকাৰী কুটনৈতিক সকলো ধৰণৰ ব্য়ৱস্থা অতি শীঘ্ৰে ব্যৱস্থা ল’বলৈ আৱশ্যক বুলি উল্লেখ কৰে ৷
শুকুৰবাৰে স্পুটনিকে চীন কৰ্তৃপক্ষক প্ৰদান কৰা তথ্য অনুসৰি ক’ৰোণা ভাইৰাছৰ প্ৰভাৱত এতিয়ালৈকে মৃতকৰ সংখ্যা 636 গৰাকীলৈ বৃদ্ধি পাইছে ৷