অসম

assam

ETV Bharat / bharat

কংগ্ৰেছ নেতা বিকাশ চৌধুৰীক গুলীয়াই হত্যা - etv bharat assam

জিমৰ পৰা উভতি আহোতেই দূৰ্বৃত্তই গুলীয়াই হত্যা কৰে নেতাগৰাকীক

কংগ্ৰেছ নেতা বিকাশ চৌধুৰীক গুলীয়াই হত্যা

By

Published : Jun 27, 2019, 3:55 PM IST

ফৰিদাবাদ, ২৭ জুনঃ হাৰিয়ানাত কংগ্ৰেছ নেতা বিকাশ চৌধুৰীক গুলীয়াই হত্যা । বৃহস্পতিবাৰে কোনো অচিনাক্ত দূৰ্বৃত্তই গুলীয়াই হত্যা কৰে নেতাগৰাকীক ।

কংগ্ৰেছ নেতা বিকাশ চৌধুৰীক গুলীয়াই হত্যা

হাৰিয়ানাৰ ফৰিদাবাদস্থিত এটা জিমৰ পৰা উভতি আহোতে আঠটা গুলীৰে থকা সৰকা কৰে নেতাগৰাকীক । পৰৱৰ্তী সময়ত নেতাগৰাকীক এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও আধা বাটতে শেষ নিশ্বাস ত্যাগ কৰে নেতাগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details