অসম

assam

ETV Bharat / bharat

দলীয় অধ্যক্ষৰ পদত ৰাহুল গান্ধীক অস্বীকাৰ কংগ্ৰছৰ - ৰাজস্থান

কংগ্ৰেছ কমিটিৰ বৈঠকত ৰাহুল গান্ধীক পুনৰ দলৰ অধ্যক্ষ পদ অৰ্পন কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ আলোচনা হোৱা নাই । কংগ্ৰেছ দলে নস্যাৎ কৰিছে এই তথ্য । দলটোৰ মুখ্য মুখপাত্ৰ ৰণদ্ধীপ সুৰেজবালাই জনাইছে যে, বৰ্তমান সময় যিহেতু কঠিন সময় । এই সময়ত উক্ত বিষয় সম্পৰ্কত আলোচনা কৰাৰ উপৰিও দেশৰ সমস্যা সমূহ সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে ।

congress-denies-any-discussion-on-rahul-taking-over-as-party-chief
congress-denies-any-discussion-on-rahul-taking-over-as-party-chief

By

Published : Jun 23, 2020, 8:44 PM IST

নিউজ ডেস্ক, ২৩ জুন :কংগ্ৰেছ কমিটিৰ বৈঠকত ৰাহুল গান্ধীক পুনৰ দলৰ অধ্যক্ষ পদ অৰ্পন কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ আলোচনা হোৱা নাই । কংগ্ৰেছ দলে নস্যাৎ কৰিছে এই তথ্য ।

দলটোৰ মুখ্য মুখপাত্ৰ ৰণদ্ধীপ সুৰেজবালাই জনাইছে যে, বৰ্তমান সময় যিহেতু কঠিন সময় । এই সময়ত উক্ত বিষয় সম্পৰ্কত আলোচনা কৰাৰ উপৰিও দেশৰ সমস্যা সমূহ সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে ।

দলীয় অধ্যক্ষৰ পদত ৰাহুল গান্ধীক অস্বীকাৰ কংগ্ৰছৰ

দলৰ অধ্যক্ষ সন্দৰ্ভত বৰ্তমান কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই । কিন্তু এইটো ঠিক যে, ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলোটে এক বৈঠকত ৰাহুল গান্ধীক দলৰ অধ্যক্ষতা বনাবলৈ নিৰ্দেশ প্ৰদান কৰিছে ।

উল্লেখযোগ্য যে, ২০১৯ চনৰ নিৰ্বাচনত দলটিৰ পতন হোৱাৰ পিচতেই ৰাহুল গান্ধীয়ে অধ্যক্ষৰ আসনৰ পৰা পদত্যাগ কৰিছিল ।

লগতে পঢ়ক : প্ৰতিবাদৰ নামত সামাজিক দূৰত্বৰ নীতি উলংঘা বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ

ABOUT THE AUTHOR

...view details