অসম

assam

ETV Bharat / bharat

কেফে কফি ডে'ৰ শ্বেয়াৰৰ মূল্য দ্ৰুতগতিত হ্ৰাস

কেফে কফি ডে'ৰ শ্বেয়াৰৰ মূল্য দ্ৰুতগতিত হ্ৰাস পাইছে ৷ BSE আৰু NSEত কেফে কফি ডে'ৰ শ্বেয়াৰৰ মূল্য বিগত 20 শতাংশ হ্ৰাস হৈ 52 সপ্তাহৰ সৰ্বনিম্ন 154.05 আৰু 153.40 হয় ৷

By

Published : Jul 30, 2019, 3:44 PM IST

কেফে কফি ডে'ৰ শ্বেয়াৰৰ মূল্য দ্ৰুতগতিত হ্ৰাস

নিউজ ডেস্ক,30 জুলাই: কেফে কফি ডে'ৰ প্ৰতিষ্ঠাপক ভি জি সিদ্ধাৰ্থ নিৰুদ্দেশ হোৱা বাতৰি প্ৰকাশ হোৱাৰ লগে লগে কেফে কফি ডে'ৰ শ্বেয়াৰৰ মূল্য দ্ৰুতগতিত হ্ৰাস পাইছে ৷ BSE আৰু NSEত কেফে কফি ডে'ৰ শ্বেয়াৰৰ মূল্য বিগত 20 শতাংশ হ্ৰাস হৈ 52 সপ্তাহৰ সৰ্বনিম্ন 154.05 আৰু 153.40 হয় ৷ উল্লেখযোগ্য যে,সোমবাৰৰ আবেলিৰ পৰা নিৰুদ্দেশ হৈ আছে সিদ্ধাৰ্থ ৷ সিদ্ধাৰ্থ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এচ এম কৃষ্ণাৰ জোঁৱায়েক ৷ মেংগালুৰৰ নেত্ৰাৱতী নদীৰ ওপৰত থকা দলঙৰ পৰা নিৰুদ্দেশ হৈছিল ৷ উদ্ধাৰ অভিযান এতিয়াও অব্যাহত আছে যদিও কোনো সন্ধান পোৱা নাই সিদ্ধাৰ্থৰ ৷

কেফে কফি ডে'ৰ শ্বেয়াৰৰ মূল্য দ্ৰুতগতিত হ্ৰাস

ABOUT THE AUTHOR

...view details