অসম

assam

ETV Bharat / bharat

গোৰখপুৰত কুমাৰী পূজা কৰিলে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে

দেওবাৰে গোৰখপুৰত নৱমী পূজা উপলক্ষে "কন্যা পূজন (কুমাৰী পূজা)" আগঢ়ায় উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৷

By

Published : Oct 25, 2020, 10:32 PM IST

কুমাৰী পূজা
কুমাৰী পূজা

নেশ্যনেল ডেস্ক, 25 অক্টোবৰ:উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দেওবাৰে গোৰখপুৰত নৱমী পূজা উপলক্ষে "কন্যা পূজন (কুমাৰী পূজা)" আগঢ়ায় ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিগৰাকী কন্যা শিশুৰ কপালত ফোট দি, ভৰি ধুওৱাৰ লগতে, একোখনকৈ "চুনৰি" উপহাৰ দিয়ে ৷ পূজাৰ অন্তত তেওঁ শিশু কেইটিক নিজে ভোজন পৰিৱেশন কৰায় ৷ "নৱৰাত্ৰি উপলক্ষে কন্যাক পূজা কৰাতো এক পবিত্ৰ কৰ্ম" বুলি লিখি মন্ত্ৰী গৰাকীয়ে টুইটাৰযোগে এটা পোষ্ট প্ৰদান কৰে ৷

লগতে পঢ়ক:দেশবাসীক বিজয়া দশমীৰ শুভেচ্ছা জনালে ছোনিয়া গান্ধীয়ে

ABOUT THE AUTHOR

...view details