অসম

assam

ETV Bharat / bharat

আজি ঘোষণা নহয় চি বি এচ ইৰ দশৰ শ্ৰেণীৰ ফলাফল - ইটিভি ভাৰত

বিভিন্ন সংবাদ মাধ্যমত দেওবাৰে কেন্দ্ৰীয় শিক্ষা পৰিষদৰ অধীনত অনুষ্ঠিত দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল প্ৰকাশ হ'ব বুলি প্ৰচাৰিত বাতৰি এক উৰাবাতৰি বুলি প্ৰকাশ কৰে শিক্ষা পৰিষদে ৷ ফলাফল প্ৰকাশ হোৱাৰ প্ৰকৃত তাৰিখ পৰিষদৰ তৰফৰ পৰা জনোৱা হ'ব বুলি পৰিষদে বিবৃতি যোগে প্ৰকাশ কৰে ৷

fake news

By

Published : May 5, 2019, 11:54 AM IST

নতুন দিল্লী , 5মে' : দেওবাৰে ঘোষণা নহয় চি বি এচ ইৰ দশম শ্ৰেণীৰ ফলাফল ৷ কেন্দ্ৰীয় শিক্ষা পৰিষদে এক বিবৃতি যোগে ঘোষণা কৰে এই কথা ৷

বিবৃতিটোত ছচিয়েল মিডিয়াত দেওবাৰে কেন্দ্ৰীয় শিক্ষা পৰিষদৰ অধীনত অনুষ্ঠিত দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল প্ৰকাশ হ'ব বুলি প্ৰচাৰিত খবৰ এক উৰাবাতৰি বুলি প্ৰকাশ কৰে শিক্ষা পৰিষদে ৷ ফলাফল প্ৰকাশ হোৱাৰ প্ৰকৃত তাৰিখ পৰিষদৰ তৰফৰ পৰা জনোৱা হ'ব বুলি পৰিষদে বিবৃতি যোগে প্ৰকাশ কৰে ৷

লগতে চাওক : ওড়িশাত ফেনীৰ ধ্বংসলীলা


উল্লেখযোগ্য যে , 2 ফেব্ৰুৱাৰীৰ পৰা 29 মাৰ্চলৈ অনুষ্ঠিত হৈছিল চি বি এচ ইৰ দশম শ্ৰেণীৰ পৰীক্ষা ৷ দেশজুৰি 27 লাখ শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত ৷

ABOUT THE AUTHOR

...view details