অসম

assam

ETV Bharat / bharat

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান - পাঁচজনীয় বিচাৰপীঠত আছে ক্ৰমে -ন্যয়ধীশ এন বি ৰমন, ডি ৱাই চন্দ্ৰচূড়, দীপক গুপ্তা, আৰু ন্যায়ধীশ সঞ্জীৱ খন্না

তথ্য জনাৰ অধিকাৰ আইনৰ অন্তৰ্ভুক্ত হ'ব দেশৰ মুখ্য ন্যায়াধীশ

By

Published : Nov 13, 2019, 2:48 PM IST

Updated : Nov 13, 2019, 3:10 PM IST

14:36 November 13

তথ্য জনাৰ অধিকাৰ আইনৰ অন্তৰ্ভুক্ত হ'ব দেশৰ মুখ্য ন্যায়াধীশ

  • উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান
  • তথ্য জনাৰ অধিকাৰ আইনৰ অন্তৰ্ভুক্ত হ'ব দেশৰ মুখ্য ন্যায়াধীশ
  • ৰঞ্জন গগৈৰ নেতৃত্বত গঠন কৰা পাঁচ জনীয়া বিচাৰপীঠে প্ৰদান কৰিলে এই ৰায়
  • দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল আবেদন 
  • পাঁচজনীয় বিচাৰপীঠত আছে ক্ৰমে -ন্যায়াধীশ এন বি ৰমন, ডি ৱাই চন্দ্ৰচূড়, দীপক গুপ্তা আৰু ন্যায়াধীশ সঞ্জীৱ খন্না
     
Last Updated : Nov 13, 2019, 3:10 PM IST

ABOUT THE AUTHOR

...view details