অসম

assam

ETV Bharat / bharat

নাগৰিকত্ব সংশোধনী বিধেয়কত স্বাক্ষৰ প্ৰদান ৰাষ্ট্ৰপতিৰ

বৃহস্পতিবাৰৰ মধ্য ৰাতি নাগৰিকত্ব সংশোধনী বিধেয়কত স্বাক্ষৰ প্ৰদান ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ৷

By

Published : Dec 13, 2019, 4:15 AM IST

Updated : Dec 13, 2019, 7:47 AM IST

Citizenship(Amendment) Bill gets president's assent,becomes act
নাগৰিকত্ব সংশোধনী বিধেয়কত স্বাক্ষৰ প্ৰদান ৰাষ্ট্ৰপতিৰ

নিউজ ডেস্ক,13 ডিচেম্বৰঃ দেশৰ উভয় সদনত সংখ্যাগৰিষ্ঠ ভোটত গৃহীত হোৱাৰ পাছত বৃহস্পতিবাৰে মাজৰাতি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে স্বাক্ষৰ প্ৰদান কৰাৰ লগে লগে নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত হ'ল ৷

নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি

এই আইনৰ জৰিয়তে পাকিস্তান,আফগানিস্থান আৰু বাংলাদেশৰ পৰা ধৰ্মীয় উৎপীড়নৰ বলি হৈ ভাৰতলৈ 2014 চনৰ 31 ডিচেম্বৰৰ আগতে অহা হিন্দু, খ্ৰীষ্টান, শিখ,বৌদ্ধ আৰু জোৰাষ্টিয়ান ধৰ্মৰ

নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি

লোকসকলক অবৈধ বিদেশী বুলি অভিহিত কৰা নহ'ব ৷ বৰঞ্চ তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰা হ'ব ৷

নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি

আৰু পঢ়কআৰক্ষীৰ গুলীত আহত যুৱকৰ মৃত্যু GMCHত

Last Updated : Dec 13, 2019, 7:47 AM IST

ABOUT THE AUTHOR

...view details