নিউজ ডেস্ক,13 ডিচেম্বৰঃ দেশৰ উভয় সদনত সংখ্যাগৰিষ্ঠ ভোটত গৃহীত হোৱাৰ পাছত বৃহস্পতিবাৰে মাজৰাতি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে স্বাক্ষৰ প্ৰদান কৰাৰ লগে লগে নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত হ'ল ৷
এই আইনৰ জৰিয়তে পাকিস্তান,আফগানিস্থান আৰু বাংলাদেশৰ পৰা ধৰ্মীয় উৎপীড়নৰ বলি হৈ ভাৰতলৈ 2014 চনৰ 31 ডিচেম্বৰৰ আগতে অহা হিন্দু, খ্ৰীষ্টান, শিখ,বৌদ্ধ আৰু জোৰাষ্টিয়ান ধৰ্মৰ