অসম

assam

ETV Bharat / bharat

CIPET JEE 2020ঃ এডমিট কাৰ্ড আৰু পঞ্জীয়ন প্ৰক্ৰিয়া - CIPET JEE 2020 এডমিট কাৰ্ড ডাউনল’ডৰ প্ৰক্ৰিয়া

কেনেকৈ ডাউনল’ড কৰিব CIPET JEE 2020 এডমিট কাৰ্ড ৷ আগন্তুক 3 আগষ্টলৈ পঞ্জীয়নৰ অন্তিম তাৰিখ ৷ আনহাতে 5 আগষ্টত অনুষ্ঠিত হ’ব পৰীক্ষা ৷

CIPET JEE 2020 Admit Card and Registration Process
CIPET JEE 2020 Admit Card and Registration Process

By

Published : Aug 13, 2020, 9:07 PM IST

নিউজ ডেস্ক, 13 আগষ্ট :দ্য চেন্ট্ৰেল ইন্সিটিউট অফ প্লাষ্টিক ইঞ্জিনিয়াৰিং টেকন’লজি চমুকৈ CIPET য়ে মুকলি কৰিছে CIPET JEE-2020 পৰীক্ষাৰ এডমিট কাৰ্ড ৷ এই পৰীক্ষাৰ বাবে শিক্ষাৰ্থীয়ে অফিচিয়েল ৱেবচাইট eadmission.cipet.gov.in ত লাভ কৰিব এডমিট কাৰ্ড ৷ পৰীক্ষাৰ্থীয়ে ম’বাইল নম্বৰ আৰু জন্ম তাৰিখ এণ্টাৰ কৰি CIPET Joint Entrance Exam, CIPET JEE ৰ প্ৰৱেশ পৰীক্ষাৰ এডমিট কাৰ্ড উক্ত ৱেবচাইটত গৈ প্ৰৱেশ পৰীক্ষাৰ আগমূহুৰ্ত্বলৈ ডাউনল’ড কৰিব পাৰিব ৷ এডমিট কাৰ্ডত পৰীক্ষাৰ স্থান, সময়, পৰীক্ষাৰ্থীৰ সকলো তথ্য উপলব্ধ থাকিব ৷ পঞ্জীয়ন কৰাৰ অন্তিম তাৰিখ হৈছে 3 আগষ্টলৈ ৷ আনহাতে 5 আগষ্টত অনুষ্ঠিত হ’ব পৰীক্ষা ৷

CIPET JEE 2020 এডমিট কাৰ্ড ডাউনল’ডৰ প্ৰক্ৰিয়া :

ষ্টেপ 1- eadmission.cipet.gov.in ৱেবচাইট ক্লিক কৰিব ৷

(STEP 1: Visit the official website -- eadmission.cipet.gov.in)

ষ্টেপ 2- ম’বাইল নম্বৰ আৰু জন্ম তিথি এণ্টাৰ কৰি ৱেবচাইটো লগ্ ইন কৰিব ৷

(STEP 2: Login at the website with mobile numbers and dates of birth)

ষ্টেপ 3- পৰৱৰ্তী উইণ্ডোত প্ৰয়োজনীয় অনুসৰি অন্যান্য বিৱৰণ দিব

(STEP 3: On the next window, insert other details, if required)

ষ্টপ 4- তাৰ পাচত ছাবমিটত ক্লিক কৰিব ৷

(STEP 4: Click submit)

ষ্টেপ 5- ছাবমিট কৰাৰ পাচত ডাউনল’ড ক্লিক কৰি প্ৰিণ্ট অপ্চনত যাব ৷

STEP 5: Download and print a copy of the CIPET JEE admit card 2020

উল্লেখ্য যে, নিৰ্বাচিত শিক্ষাৰ্থী সকলৰ কাউন্সেলিং আৰু প্ৰৱেশ পত্ৰ বা নামভৰ্তিৰ বাবে আগন্তুক 8 আগষ্ট বা তাৰ পূৰ্বে ৱেবচাইটত বিজ্ঞপ্তি জাৰী কৰা হ’ব ৷

লগতে চাওক-ক’ভিড-19 ৰ বাবে বাতিল পেৰিছ মাৰাথন

ABOUT THE AUTHOR

...view details