নিউজ ডেস্ক, ১০ জুন :Xinhua news agency ৰ তথ্য অনুসৰি, চীনৰ Kuaizhou-11 ইন্ধন বাহক ৰকেটখন উৰুৱাবলৈ কৰা চেষ্টা বিফল হৈছে । শুকুৰবাৰে প্ৰকাশ পাইছে এই তথ্য ।
তথ্য অনুসৰি, চীনৰ উত্তৰ-পশ্চিমৰ Jiuquan Satellite য়ে মুকলি কৰাৰ বাবে দুপৰীয়া ১২ বাজি ১৭ মিনিটত চেষ্টা কৰিছিল কিন্তু ৰকেটখনত ৰৈ যোৱা ক্ৰটিৰ বাবে অভিযান সফল নহল বুলি জানিব পৰা গৈছে ।