নিউজ ডেস্ক, ১৯ জুন :লাডাখ অঞ্চলৰ গালৱান সীমান্তত চীন আৰু ভাৰতৰ মাজত সংঘটিত হোৱা সংঘৰ্ষ সম্পৰ্কত তিব্বত দেশৰ প্ৰধানমন্ত্ৰী লোবসাংগা চাংগেই মন্তব্য প্ৰদান কৰি জনাই যে, চীনে ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি সন্মান জনোৱা উচিত আৰু এই সংকটৰ সময়ত নতুন দিল্লীৰ সৈতে আলোচনা কৰা উচিত ।
চীনে ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা উচিতঃ তিব্বত - সাৰ্বভৌমত্ব
লাডাখ অঞ্চলৰ গালৱান সীমান্তত চীন আৰু ভাৰতৰ মাজত সংঘটিত হোৱা সংঘৰ্ষ সম্পৰ্কত তিব্বত দেশৰ প্ৰধানমন্ত্ৰী লোবসাংগা চাংগেই মন্তব্য প্ৰদান কৰি জনাই যে, চীনে ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি সন্মান জনোৱা উচিত আৰু এই সংকটৰ সময়ত নতুন দিল্লীৰ সৈতে আলোচনা কৰা উচিত ।
china-should-respect-territorial-sovereignty-of-india
লগতে এক বিশেষ সাক্ষাৎকাৰত তীব্বতৰ ৰাষ্ট্ৰপ্ৰতিয়ে জনাই যে, ভাৰতে হিমালয় অঞ্চলত শান্তি প্ৰতিষ্ঠাৰ বাবে মূল সমস্যাটি সমাধান কৰা উচিত ।
লগতে পঢ়ক :