অসম

assam

ETV Bharat / bharat

মোডী আৰু মনমোহন সিঙৰ ছবিৰ তুলনা পি. চিদাম্বৰমৰ - পি চিদাম্বৰম

লেহত চীনৰ সেনাৰ সৈতে হোৱা সংঘৰ্ষত আহত হৈ চিকিৎসাধীন হৈ থকা ভাৰতীয় সেনাৰ সৈতে বাৰ্তালাপ কৰি থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু পূৰ্বৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ তুলনা কৰি টুইটাৰযোগে মত ব্যক্ত কৰে কংগ্ৰেছ নেতা পি চিদাম্বৰমে ।

নৰেন্দ্ৰ মোডী
মোডী আৰু মনমোহন সিঙৰ ছবিৰ তুলনা পি. চিদাম্বৰমৰ

By

Published : Jul 5, 2020, 2:07 PM IST

নিউজ ডেস্ক, ৫ জুলাইঃকংগ্ৰেছৰ বৰ্ষীয়ান নেতা পি চিদাম্বৰমে শনিবাৰে লেহত চীনৰ সেনাৰ সৈতে হোৱা সংঘৰ্ষত আহত হৈ চিকিৎসাধীন হৈ থকা ভাৰতীয় সেনাৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু প্ৰাক্তন প্ৰধান প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ সংযুক্ত ফটো শ্বেয়াৰ টুইটযোগে শ্বেয়াৰ কৰে । লগতে টুইটযোগে সদৰি কৰে যে, "এখন ছবিত লাখ শব্দ নিহিত হৈ থাকে ।"

মোডী আৰু মনমোহন সিঙৰ ছবিৰ তুলনা পি. চিদাম্বৰমৰ

চিদাম্বৰমে টুইটযোগে ব্য়ক্ত কৰে যে, ভাৰতীয় স্থলসেনা লেহস্থিত এখন অসামৰিক হাস্পতালৰ চিকিৎসা সন্দৰ্ভত হৈ থকা আলোচনাক দুৰ্ভাগ্যবশত তথা নিৰাধাৰ বুলি উল্লেখ কৰে ।

আঘাতপ্ৰাপ্ত সৈনিকসকলৰ লগত বাৰ্তালাপ কৰা এখন মোডীৰ ছবি উপস্থাপন কৰি চিদাম্বৰমে টুইটাৰযোগে মত প্ৰকাশ কৰে যে, সৈনিকসকল থকা হাস্পতালসমূহৰ বাবে কোনো ধৰণৰ বিশেষ সুবিধা থকা প্ৰত্যক্ষ কৰা নগ'ল । ঔষধ থোৱা পাত্ৰ, আই বী ষ্টেণ্ড আৰু অন্য চিকিৎসা ব্যৱস্থাৰ সুবিধা থকাও পৰিলক্ষিত নহ'ল ।

লগতে পঢ়ক :শীঘ্ৰে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা শিৱসাগৰ বিধানসভাৰ উপ নিৰ্বাচন

ABOUT THE AUTHOR

...view details