অসম

assam

ETV Bharat / bharat

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে চেন্নাইত ট্ৰি এম্বুলেঞ্চ মুকলি - ডাঃ আব্দুল ঘানি

এই সেৱাই বতাহ, ধুমুহা, বানপানীৰ পিছত গছ গছনিক প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব ৷ ইয়াৰ উপৰিও এই সেৱাই নতুনকৈ ৰোপণ কৰা গছ আৰু মৰহি যোৱা গছ স্থানান্তৰ কৰাৰ কামত মনোনিৱেশ কৰিব ৷

বিশ্ব পৰিবেশ দিৱস উপলক্ষে চেন্নাইত ট্ৰি এম্বেলেঞ্চ মুকলি

By

Published : Jun 5, 2019, 1:15 PM IST

Updated : Jun 5, 2019, 1:25 PM IST

নিউজ ডেস্ক, 5 জুন: বিশ্ব পৰিৱেশ দিৱস উপলক্ষে পৰিবেশবিদ ডাঃ আব্দুল ঘানিয়ে 4 জুনত মুকলি কৰে ট্ৰি এম্বুলেঞ্চ সেৱা ৷ এই সেৱাই বতাহ, ধুমুহা, বানপানীৰ পিছত গছ গছনিক প্ৰাথমিৰ চিকিৎসা প্ৰদান কৰিব ৷ ইয়াৰ উপৰিও এই সেৱাই নতুনকৈ গছ ৰূপণ আৰু মৰহি যোৱা গছ স্থানান্তৰ কৰাৰ কামত মনোনিৱেশ কৰিব ৷ এই সেৱাৰ প্ৰতিষ্ঠাপক ডাঃ আব্দুল ঘানিয়ে এই সেৱা 2020 চনলৈ সমগ্ৰ দেশত প্ৰযোজ্য কৰাৰ সংকল্প লৈছে ৷

বিশ্ব পৰিবেশ দিৱস উপলক্ষে চেন্নাইত ট্ৰি এম্বেলেঞ্চ মুকলি
Last Updated : Jun 5, 2019, 1:25 PM IST

ABOUT THE AUTHOR

...view details