অসম

assam

ETV Bharat / bharat

চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ চন্দ্ৰযান-2 ৰ, 7 চেপ্তেম্বৰত চন্দ্ৰৰ ভূমিত পদাৰ্পনৰ লক্ষ্য ! - 7 চেপ্তেম্বৰত চন্দ্ৰৰ সৈতে মিলিত হৈ যোৱাৰ সম্ভাৱনা

ইচৰো'ৰ অধ্যক্ষ কে চিভানে কয় যে, " চন্দ্ৰত চন্দ্ৰযান-2 অৱতৰণ কৰা মহূৰ্তটো যথেষ্ট ভয়াৱহ হ'ব ৷ কাৰণ এইয়া  ইচৰোৰ এক অভিযান যি ইয়াৰ পূৰ্বে কেতিয়াও কৰা হোৱা নাই ৷ চন্দ্ৰযান-1 ৰ অৱতৰণো সম্পূৰ্ণ সফলভাৱে সম্পূৰ্ণ কৰা হৈছিল '' ৷

চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ চন্দ্ৰযান-2

By

Published : Sep 2, 2019, 5:12 PM IST

নিউজ ডেস্ক, 2 চেপ্তেম্বৰ : সোমবাৰে সফলতাৰে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিলে চন্দ্ৰযান-2 ৷ সাধাৰণ অৱস্থাত আছে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰা সকলো প্ৰাচল(পেৰামিটাৰ) ৷ 7 চেপ্তেম্বৰৰ দুপৰীয়া 1 বাজি 30 মিনিটৰ পৰা 2.30 মিনিটৰ ভিতৰত চন্দ্ৰৰ সৈতে মিলিত হৈ যোৱাৰ সম্ভাৱনা ৷ সোমবাৰে এক টুইটযোগে এই তথ্য সদৰি কৰে ইচৰো'ই ৷ ইচৰো'ই প্ৰকাশ কৰা তথ্য অনুসৰি, লেণ্ডাৰৰ পৰা পৃথক হোৱা চন্দ্ৰযান-2 ৰ দুয়োটি ডিঅৰবিট (পৃথকীকৰণ ব্যৱস্থা) অহা 3 আৰু 4 আগষ্টত পৃথক হ'ব ৷

চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ চন্দ্ৰযান-2 ৰ, 7 চেপ্তেম্বৰত চন্দ্ৰৰ ভূমিত পদাৰ্পনৰ লক্ষ্য !

ইচৰো'ৰ অধ্যক্ষ কে চিভানে কয় যে, " চন্দ্ৰত চন্দ্ৰযান-2 অৱতৰণ কৰা মহূৰ্তটো যথেষ্ট ভয়াৱহ হ'ব ৷ কাৰণ এইয়া ইচৰোৰ এক অভিযান যি ইয়াৰ পূৰ্বে কেতিয়াও কৰা হোৱা নাই ৷ চন্দ্ৰযান-1 ৰ অৱতৰণো সম্পূৰ্ণ সফলভাৱে সম্পূৰ্ণ কৰা হৈছিল '' ৷

ABOUT THE AUTHOR

...view details