বাংগালুৰু ,12 জুন : দ্বিতীয়টো চন্দ্ৰ অভিযানৰ বাবে সাজু ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ ৷ মঙলবাৰে ইছৰ'ৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি 15 জুলাইত উৎক্ষেপন কৰা হ'ব চন্দ্ৰায়ন 2৷
দ্বিতীয়টো চন্দ্ৰ অভিযানৰ বাবে সাজু ভাৰত - ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ
15 জুলাই পুৱতি নিশা 2 বাজি 51 বজাত উৎক্ষেপন কৰা হ'ব চন্দ্ৰযান ৷ GSLV MK III ৰ জৰিয়তে মহাকাশত উৎক্ষেপন কৰা হ'ব যানখন৷
ETV BHARAT
ইছৰ'ৰ অধ্যক্ষ কে শিৱনে প্ৰকাশ কৰা অনুসৰি 15 জুলাই পুৱতি নিশা 2 বাজি 51 মিনিটত উৎক্ষেপন কৰা হ'ব চন্দ্ৰযান ৷ GSLV MK III ৰ জৰিয়তে মহাকাশত উৎক্ষেপন কৰা হ'ব যানখন৷