দিল্লী, ৬ মেঃ সোমবাৰে ঘোষণা কৰা হ’ল চি বি এছ ইৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল। বিয়লি ৩ বজাত ঘোষণা কৰা হ’ল এই ফলাফল।
ঘোষণা হ'ল CBSE দশম শ্ৰেণীৰ ফলাফলত - etv bharat
এছ এম এছৰ লগতে ৱেবচাইটো উপলব্ধ হৈছে ফলাফল
ঘোষণা হ'ল CBSE দশম শ্ৰেণীৰ ফলাফলত
মুঠ ১৮,২৭,৪৭২গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল দশম শ্ৰেণীৰ পৰীক্ষাত। এছএমএছ আৰু অনলাইনযোগেও পৰীক্ষাৰ্থীয়ে লাভ কৰিব পাৰিব ফলাফলসমূহ। পৰীক্ষাৰ্থীসকলে cbse.nic.in বা cbseresults.nic.inত চাৰ্ছ কৰিব পাৰিব নিজৰ ফলাফল।