অসম

assam

By

Published : May 18, 2019, 9:50 AM IST

ETV Bharat / bharat

ভিভিপেট পুনৰ নিৰীক্ষণ কৰিবৰ বাবে আবেদন কৰিব পাৰিব প্ৰাৰ্থীয়ে

কোনো নিৰ্বাচনী কৰ্মী বা প্ৰাৰ্থীয়ে কোনো নিৰ্বাচনী বুথৰ ভিভিপেট শ্লিপ পুনৰ নিৰীক্ষণ কৰাবলৈ বিচাৰিলে কৰাব পাৰিব বুলি জনাই ৷  আৰ অ’ক লিখিত আবেদনৰ জনাই এই সুবিধা আদায় কৰিব পাৰিব প্ৰাৰ্থীয়ে ৷

ভিভিপেট পুনৰ নিৰিক্ষন কৰিবৰ বাবে আবেদন কৰিব পাৰিব প্ৰাৰ্থীয়ে

নিউজ ডেস্ক, 18 মে’: অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়া ডঃ ভি শ্বানমুগময়ে শনিবাৰে জনাই যে কোনো নিৰ্বাচনী কৰ্মী বা প্ৰাৰ্থীয়ে কোনো নিৰ্বাচনী বুথৰ ভিভিপেট শ্লিপ পুনৰ নিৰিক্ষন কৰাবলৈ বিচাৰিলে কৰাব পাৰিব বুলি জনাই ৷ আৰ অ’ক লিখিত আবেদনৰ জনাই এই সুবিধা আদায় কৰিব পাৰিব প্ৰাৰ্থীয়ে ৷

ভিভিপেট পুনৰ নিৰিক্ষন কৰিবৰ বাবে আবেদন কৰিব পাৰিব প্ৰাৰ্থীয়ে

লগতে পঢ়ক: জু ৰোড বিস্ফোৰণ সন্দৰ্ভত আটক পূৰ্বৰ আলফাৰ বোমা বিশেষজ্ঞ

ইভিএম মেচিন আৰু ভিভিপেট শ্লিপ হিচাপ কৰি মিলাই চাই কিবা বিসংগতি পালে এই সুৰিধা অবলম্বন কৰিব পাৰিব প্ৰাৰ্থীয়ে ৷ আৰ অ’য়ে আবেদনৰ প্ৰতি সন্মতি জনালে পুনৰ নিৰিক্ষন কৰাবলৈ সক্ষম হ’ব প্ৰাৰ্থী ৷

ABOUT THE AUTHOR

...view details