অসম

assam

ETV Bharat / bharat

উচ্চতম ন্যায়ালয়ৰ শুনানি গ্ৰহণৰ পিচতে প্ৰতিক্ৰিয়া প্ৰকাশ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ - অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথ

নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত উচ্চতম ন্যায়ালয়ে বুধবাৰে দিয়া শুনানি সন্দৰ্ভত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া ৷

প্ৰতিক্ৰিয়া প্ৰকাশ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ
প্ৰতিক্ৰিয়া প্ৰকাশ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ

By

Published : Jan 22, 2020, 10:08 PM IST

Updated : Jan 22, 2020, 11:13 PM IST

নিউজ ডেস্ক, 22 জানুৱাৰীঃবুধবাৰে নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰাৰ পিছত বহুকেইজন ব্যক্তিয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ সমগ্ৰ প্ৰক্ৰিয়াটো সম্পৰ্কে জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙে আইনখন সম্পৰ্কে কয় যে,হিন্দু প্ৰব্ৰজনকাৰী সকলৰ আগমনে অসমৰ জনগাঁথনি সলনি কৰিব ৷

জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙ
প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ

এই সন্দৰ্ভত মত প্ৰকাশ কৰিলে অসমৰ প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈয়েও ৷

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথ

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথেও নিজৰ মত প্ৰকাশ কৰি কয়, মহামান্য ন্যায়ালয়ৰ ওপৰত তেওঁলোকৰ আস্থা আছে আৰু আদালতে অসমৰ মানুহক ন্যায় প্ৰদান কৰিব ৷

মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ

বিভিন্ন ব্যক্তিৰ লগতে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণেও ৷

লগতে পঢ়কঃ ন্যায়ালয়ৰ সমান্তৰালকৈ ৰাজপথটো অব্যাহত "কা" বিৰোধী সংগ্ৰাম

Last Updated : Jan 22, 2020, 11:13 PM IST

ABOUT THE AUTHOR

...view details