অসম

assam

ETV Bharat / bharat

গোৱাত বিশেষ শিল্প প্ৰদৰ্শনৰ অনুষ্ঠান - গোৱাত "চেৰেণ্ডীপিটী আৰ্ট ফেষ্টিৱেল"

15 ডিচেম্বৰৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হয় দেশৰ বৃহৎ শিল্প প্ৰদৰ্শনৰ অন্যতম এই "চেৰেণ্ডীপিটী আৰ্ট ফেষ্টিৱেল"

CAA, NRC leave awkward footprint on Goa Art festival
গোৱাত বিশেষ শিল্প প্ৰদৰ্শনৰ অনুষ্ঠান

By

Published : Dec 19, 2019, 6:40 PM IST

গোৱা,19 ডিচেম্বৰঃনাগৰিকত্ব সংশোধন অধিনিয়ম আৰু এন আৰ চিৰ বিৰুদ্ধে দেশজুৰি বিৰোধ প্ৰদৰ্শন হৈ থকাৰ মাজতে গোৱাত অনুষ্ঠিত হয় চেৰেণ্ডীপিটী আৰ্ট ফেষ্টিৱেল ৷ 15 ডিচেম্বৰৰ পৰা চাৰিটা দিন জুৰি অনুষ্ঠিত হয় এই প্ৰদৰ্শনী অনুষ্ঠান ৷

গোৱাত বিশেষ শিল্প প্ৰদৰ্শনৰ অনুষ্ঠান

পূৰ্বোত্তৰ অঞ্চলত নাগৰিকত্ব সংশোধনী আইনক লৈ যি ধৰণৰ ঘটনা সংঘটিত হৈ আছে,তাকে লৈ প্ৰসিদ্ধ শিল্পী সুদৰ্শন চেট্টীয়ে দুটা প্ৰদৰ্শনীত প্ৰদৰ্শন কৰে শিল্পকলা ৷ যিহতেু প্ৰদৰ্শনী কলাত্মক স্থাপনৰ এটা অংশ,চেট্টীয়ে ইয়াক 'হাউচৰ বাহিৰলৈ চোৱা' শীৰ্ষক শিৰোণামেৰে তৈয়াৰ কৰি শৈল্পিক স্থাপনৰ এটি অংশ হিচাপে," আদিবাসী উদ্ভাৱন আৰু অনানুষ্ঠানিক শিল্প প্ৰদৰ্শিত হয় যি সম্প্ৰদায়ৰ ওপৰত স্থায়ী সামাজিক প্ৰভাৱৰ সৈতে বাস্তৱ জীৱনৰ পৰিস্থিতিগত প্ৰয়োজনখিনি পূৰণ কৰে ৷"

ইফালে সুদৰ্শন চেট্টীয়ে"গাগ্লছ ফৰ দ্য ব্লাইণ্ড" নামেৰে তৃতীয়টো প্ৰদৰ্শনী অনুষ্ঠিত কৰে ৷ কিন্তু দেশত চলি থকা কিছুমান অৰাজকতাৰ পৰিপেক্ষিতত এইটো প্ৰদৰ্শনী বিশেষ ৰূপত সাফল্যমণ্ডিত কৰিব পৰা নগ'ল ৷

লগতে পঢ়কঃ এককালীন সাহায্য সন্দৰ্ভত শিল্পীসমাজৰ মন্তব্য

ABOUT THE AUTHOR

...view details