অসম

assam

বিহাৰ নিৰ্বাচনৰ ভোট গণনা,ভাগ্য নিৰ্ণয় হ'ব নীতিশ কুমাৰ চৰকাৰৰ

By

Published : Nov 10, 2020, 12:02 PM IST

বিহাৰৰ 38 খন জিলাৰ 55 টা কেন্দ্ৰত আৰম্ভ হোৱা এই ভোট গণনাই নিৰ্ণয় কৰিব প্ৰায় আঢ় দশক ধৰি ক্ষমতাত থকা নীতিশ কুমাৰ চৰকাৰৰ ৷ প্ৰত্যেকটো ভোট গণনা কেন্দ্ৰতে তীক্ষ্ণ দৃষ্টি ৰাখিছে নিৰাপত্তাৰক্ষীয়ে ৷

Bypolls 2020: Counting begins for 30 assembly seats in 11 states
বিহাৰ নিৰ্বাচনৰ ভোট গণনা, ভাগ্য নিৰ্ণয় হ'ব নীতিশ কুমাৰ চৰকাৰৰ

নিউজ ডেস্ক, 10 নৱেম্বৰঃ বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা কাৰ্যসুচী ইতিমধ্যে আৰম্ভ হৈছে ৷ বিহাৰৰ 38 খন জিলাৰ 55 টা কেন্দ্ৰত আৰম্ভ হোৱা এই ভোট গণনাই নিৰ্ণয় কৰিব প্ৰায় আঢ় দশক ধৰি ক্ষমতাত থকা নীতিশ কুমাৰ চৰকাৰৰ ৷

নিৰ্বাচন আয়োগৰ বিষয়া এইচ আৰ শ্ৰীনিবাসে সদৰি কৰা আনুসৰি ৃভোট গণনা কৰা সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ সৃষ্টি হ'ব নোৱাৰে তাৰে পৰ্যাপ্ত পৰিমাণে নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে ৷ প্ৰত্যেকটো ভোট গণনা কেন্দ্ৰতে তীক্ষ্ণ দৃষ্টি ৰাখিছে নিৰাপত্তাৰক্ষীয়ে ৷

লগতে পঢ়কঃ অতি শীঘ্ৰেই বিজেপিত যোগ দিব সাংসদ বিশ্বজিৎ দৈমাৰীয়ে

ABOUT THE AUTHOR

...view details