অসম

assam

ETV Bharat / bharat

বিজেপি চৰকাৰে কৃষকৰ বাবে একো কৰা নাইঃ শচীন পাইলট

বায়াওৰাত এক ৰেলি সম্বোধন কৰি ৰাজস্থানৰ জ্যেষ্ঠ নেতা শচীন পাইলটৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ কৃষক আইন সন্দৰ্ভতো মন্তব্য প্ৰদান নেতা গৰাকীৰ ৷

By

Published : Oct 31, 2020, 10:18 PM IST

Bypoll: Chouhan played tricks to unseat Cong in MP, says Pilot
বিজেপি চৰকাৰে কৃষকৰ বাবে একো কৰা নাইঃ শচীন পাইলট

নিউজ ডেস্ক, 31 অক্টোবৰ :ৰাজস্থানৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শচীন পাইলটে শনিবাৰে কয় যে,মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহনে কমল নাথক ক্ষমতাৰ পৰা বাহিৰ কৰিবৰ বাবে বিশেষ ৰণকৌশল প্ৰস্তুত কৰিছে ৷ বায়াওৰাত এক ৰেলি সম্বোধন কৰি পাইলটে কয় যে,বিজেপি শাসনৰ 15 বছৰৰ পিচত 2018 চনৰ বিধানসভা নিৰ্বাচনত জনসাধাৰণে কংগ্ৰেছক ভোট দিছিল ।

তেওঁ আকৌ কয় যে,চহনৰ অধীনত বিজেপি চৰকাৰে কৃষকৰ বাবে একো কৰা নাছিল যাৰবাবে সৰ্বাধিক কৃষকে আত্মহত্যা কৰাৰ দাবী জনাইছিল ৷ লগতে, কেন্দ্ৰৰ নতুন কৃষি আইনবোৰে মাণ্ডীবোৰ বন্ধ কৰিবলৈ বাধ্য কৰিব যাৰ ফলত নিম্নতম মূল্য প্ৰণালী বন্ধ হ'ব আৰু ইয়াৰ ফলত কৰ্পোৰেট আৰু উদ্যোগপতিসকলে লাভৱান হ'ব বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক :সীমা বিবাদ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাই মিজোৰামে

For All Latest Updates

TAGGED:

MP

ABOUT THE AUTHOR

...view details