অসম

assam

ETV Bharat / bharat

17 জুনৰ পৰা আৰম্ভ হ'ব নতুন বাজেট সত্ৰ - Indian economy

মোডী মন্ত্ৰীসভাৰ প্ৰথমখন কেবিনেট বৈঠকত নিৰ্ধাৰণ হয় বাজেট অধিবেশনৰ তাৰিখ

17 জুনৰ পৰা আৰম্ভ হ'ব নতুন বাজেট সত্ৰ

By

Published : May 31, 2019, 7:55 PM IST

  • 17 জুনৰ পৰা আৰম্ভ হ'ব সংসদৰ বাজেট অধিবেশন
  • 26 জুলাইলৈ চলিব এই বাজেট অধিবেশন
  • শুকুৰবাৰে জ্যেষ্ঠ বিভাগীয় কৰ্তৃপক্ষই সদৰী কৰে এই কথা
  • শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মন্ত্ৰীসভাৰ প্ৰথমখন কেবিনেট বৈঠকত নিৰ্ধাৰণ কৰা হয় বাজেট অধিবেশনৰ তাৰিখ

ABOUT THE AUTHOR

...view details