নিউজ ডেস্ক, 1 ফ্ৰেব্ৰুৱাৰী :সংসদত 2021-22 বৰ্ষৰ সাধাৰণ বাজেট দাখিল ৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰিলে সাধাৰণ বাজেট ৷ সাধাৰণ বাজেটত দেশৰ অন্য বিভাগৰ লগতে স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে বিশেষ পেকেজ ঘোষণা ৷ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে 2021-22 বৰ্ষৰ বাজেটত 2,23,846 কোটি টকা ঘোষণা ৷
সাধাৰণ বাজেট 2021-22: স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে বিশেষ পেকেজ - স্বাস্থ্যখণ্ড
বাজেটত দেশৰ অন্য বিভাগৰ লগতে স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে বিশেষ পেকেজ ঘোষণা ৷ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে 2021-22 বৰ্ষৰ বাজেটত 2,23,846 কোটি টকা ঘোষণা ৷
![সাধাৰণ বাজেট 2021-22: স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে বিশেষ পেকেজ BUDGET 2021-22, HEALTH SECTOR SPECIALLY PACAKAGE](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10458447-thumbnail-3x2-ash.jpg)
সাধাৰণ বাজেট 2021-22: স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে বিশেষ পেকেজ
একেদৰে, দেশত পুনৰ 35,000 কোটি নতুন ক'ভিড প্ৰতিষেধক প্ৰস্তুত কৰা হ'ব বুলি বিত্তমন্ত্ৰীয়ে জানিবলৈ দিয়ে ৷ ইফালে, 'প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰ স্বচ্চ যোজনা'ৰ অধীনত আগন্তুক 6 বছৰৰ উন্নয়নৰ বাবে 64,180 কোটি টকাৰ পেকেজ ঘোষণা কৰে ৷
লগতে পঢ়ক :নিখিল বড়ো ছাত্ৰ সন্থাৰ 53 সংখ্যক কেন্দ্ৰীয় অধিবেশনৰ সামৰণি