বাজেটত কি আছে মহাকাশ ক্ষেত্ৰৰ বাবে
নিউজ ডেস্ক, 5 জুলাই: সদনত দাখিল 2019-20ৰ বিত্তীয় বাজেট ৷ ‘দেশৰ বহী খাতা’ হিচাপে অভিহিত এইবাৰৰ বাজেটক ৷ পৰম্পৰা ভংগ কৰি ব্ৰিফকেচৰ পৰিৱৰ্তে ৰঙা কাপোৰত বান্ধি আনিলে বাজেট ৷ নিৰ্মলা সীতাৰমণৰ বিত্ত মন্ত্ৰী হিচাপে এইখন প্ৰথম বাজেট ৷ মোডী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট ৷
- মহাকাশ গৱেষণাৰ ক্ষেত্ৰখনত এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে ভাৰত ৷
- ISROৰ লাভালাভ সমূহ বানিজ্যিক ভাৱে সফল কৰিবলৈ New Space India Limited (NSIL) নামৰে এক নতুন প্ৰতিষ্ঠান মুকলি কৰাৰ প্ৰস্তাৱ ৷
- New Space India Limited (NSIL)য়ে মহাকাশ সামগ্ৰী বাণিজ্য বাণিজ্যিক ভাৱে সফল কৰিবলৈ প্ৰয়াস কৰিব ৷