- পাঁচদিনীয়া ভ্ৰমণসূচীৰে লাডাখত উপস্থিত বৰ্ডাৰ ৰোড অগেনাইজেছনৰ চমুকৈ বিআৰঅ'ৰ মহানিৰ্দেশক লেফটেনেন্ট জেনেৰেল হৰপাল সিঙ
- হৰপাল সিঙৰ এই ভ্ৰমণক ৰণনৈতিক ক্ষেত্ৰৰ পৰা গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত কৰা হৈছে
- হৰপাল সিঙে লডাখত প্ৰজেক্ট হিমাংক আৰু বিজয়কৰ অধীনত নিৰ্মাণ কৰা বিভিন্ন ৰণনৈতিক পথ পৰ্যালোচন কৰিব
- বিশেষকৈ সেনা চাউনী স্থাপনৰ বিআৰঅ'ৰ মহানিৰ্দেশকগৰাকীয়ে লাডাখৰ পূৱ ক্ষেত্ৰসমূহ পৰ্যালোচনা কৰাৰ সম্ভাৱনা অধিক
- ভাৰত আৰু পাকিস্তানৰ সীমা একেলগে থকাৰ কাৰণে লাডাখক ৰণনৈতিক ক্ষেত্ৰৰ পৰা অতি গুৰুত্বপূৰ্ণ
পাঁচদিনীয়া ভ্ৰমণসূচীৰে লাডাখত বিআৰঅ'ৰ মহানিৰ্দেশক - বিআৰঅ
হৰপাল সিঙৰ এই ভ্ৰমণক ৰণনৈতিক ক্ষেত্ৰৰ পৰা গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত কৰা হৈছে ৷
পাঁচদিনীয়া ভ্ৰমণসূচীৰে লাডাখত বিআৰঅ'ৰ মহানিৰ্দেশক