নিউজ ডেস্ক, ২২ জুন :সোমবাৰে উত্তৰাখণ্ডৰ ভাৰত-চীন সীমান্ত অঞ্চলৰে এখন মালবাহী ট্ৰা'ক পাৰ কৰাৰ চেষ্টা চলাইছিল । উক্ত ঘটনাটো লীলম জোহৰ ঘাটি অঞ্চলৰ ধাপা-মিলম ৰাজপথত সংঘটিত হৈছিল ।
তথ্য অনুসৰি, ট্ৰা'কখনত থকা দুজন ব্যক্তিৰ ভিতৰত ট্ৰা'কৰ ড্ৰাইভাৰজনো আছিল । তেওঁলোক গুৰুতৰভাবে আহত হৈছে আৰু চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।