নেশ্যনেল ডেস্ক, 8 মে' : মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত শুকুৰবাৰে মালবাহী ট্ৰেইনে মহতিয়াই নিলে 14 জনকৈ প্ৰব্ৰজনকাৰী শ্ৰমিকক ৷ মধ্যপ্ৰদেশ যাবৰ বাবে জলনাৰ পৰা খোজেৰে ভুছাৱল গৈ থকাৰ অৱস্থাতে এই ঘটনা সংঘটিত হয় বুলি জানিবলৈ দিয়ে কৰমাদৰ আৰক্ষী বিষয়াই ৷
মহাৰাষ্ট্ৰত মালবাহী ট্ৰেইনে মহতিয়ালে 14 প্ৰব্ৰজনকাৰী শ্ৰমিকক - মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ
ঔৰংগাবাদত 14 প্ৰব্ৰজনকাৰী শ্ৰমিকৰ মৃত্যু ৷ মহতিয়াই নিলে মালবাহী ট্ৰেইনে ৷

মহাৰাষ্ট্ৰত মালবাহী ট্ৰেইনে মহতিয়ালে 14 প্ৰব্ৰজনকাৰী শ্ৰমিকক
খোজেৰে আহি ভাগৰি পৰা বাবে ৰেলৰ ট্ৰেকতে শুই পৰিছিল দূৰ্ভগীয়া শ্ৰমিক কেইজন ৷ পুৱা 5.15 বজাত শুই থকা অৱস্থাতে মালবাহী ট্ৰেইনখনে তেওঁলোকক মহতিয়াই নিয়ে ৷