নেশ্যনেল ডেস্ক, 9 চেপ্তেম্বৰ: কংগনা ৰাণাৱটৰ মুম্বাইস্থিত কাৰ্যালয়ত বুধবাৰে বৃহান মুম্বাই পৌৰ নিগম (বি এম চি)ৰ উচ্ছেদ অভিযান ৷ অভিনেত্ৰীগৰাকীৰ অধিবক্তাৰ ব'ম্বে উচ্চ ন্যায়ালয়ত আবেদন ৷ উচ্ছেদ অভিযান স্থগিত ৰখাৰ আদেশ উচ্চ ন্যায়ালয়ৰ ৷ দিনৰ 12:30 ত শুনানি আৰম্ভ কৰিছিল ব'ম্বে উচ্চ ন্যায়ালয়ে ৷ অভিনেত্ৰী গৰাকীৰ আবেদনক লৈ নাগৰিক সংস্থাটোক জৱাবদিহি কৰিলে বম্বে উচ্চ ন্যায়ালয়ে ৷
অভিনেত্ৰী কংগনা ৰাণাৱটৰ কাৰ্যালয়ত বি এম চিৰ উচ্ছেদ অভিযান - অভিনেত্ৰী কংগনা ৰাণাৱটৰ বাসগৃহত বি এম চিৰ উচ্ছেদ অভিযান
কংগনা ৰাণাৱটৰ মুম্বাইস্থিত কাৰ্যালয়ত বি এম চিৰ উচ্ছেদ অভিযান ৷ ব'ম্বে উচ্চ ন্যায়ালয়ত আবেদন ৷ উচ্ছেদ অভিযান স্থগিত ৰখাৰ আদেশ বম্বে উচ্চ ন্যায়ালয়ৰ ৷ বি এম চিৰ এই অভিযানক ফেচিবাদ আখ্যা অভিনেত্ৰী গৰাকীৰ ৷

অভিনেত্ৰী কংগনা ৰাণাৱটৰ কাৰ্যালয়ত বি এম চিৰ উচ্ছেদ অভিযান
ইফালে বি এম চিৰ এই অভিযানক ফেচিবাদ আখ্যা দিলে অভিনেত্ৰী গৰাকীয়ে ৷ এক টুইটৰ জড়িয়তে অভিনেত্ৰীগৰাকীয়ে দাবী কৰে যে তেওঁৰ কাৰ্যালয়ত কোনোধৰণৰ অবৈধ আন্তঃগাঁথনি হোৱা নাই ৷
লগতে পঢ়ক: কংগনাক মানসিক চিকিৎসাৰ প্ৰয়োজন: আমেয়া খোপকাৰ
Last Updated : Sep 9, 2020, 10:08 PM IST