অসম

assam

ETV Bharat / bharat

ৰাজ্যসভাতো বিজেপিয়ে কেব গৃহীত কৰিব : জগদম্বিকা পাল - বিজেপি সাংসদ জগদম্বিকা পালৰ কেব সম্পৰ্কত মন্তব্য

লোকসভাৰ পাচত ৰাজ্যসভাতো কেব গৃহিত হ'ব বুলি মন্তব্য কৰিছে বিজেপি সাংসদ জগদম্বিকা পালে ৷ ইটিভি ভাৰতৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত তেওঁ এই মন্তব্য কৰে ৷

জগদম্বিকা পালৰ কেব সম্পৰ্কত মন্তব্য
জগদম্বিকা পাল

By

Published : Dec 10, 2019, 9:16 PM IST

নেশ্যনেল ডেস্ক, 10 ডিচেম্বৰ : বিজেপি সাংসদ জগদম্বিকা পালে মন্তব্য কৰিছে যে, লোকসভাৰ দৰে ৰাজ্যসভাতো বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সাসংদগৰাকীয়ে এই মন্তব্য কৰে ৷

জগদম্বিকা পালৰ কেব সম্পৰ্কত মন্তব্য

বিজেপি সাংসদগৰাকীয়ে কয়, "কেন্দ্ৰীয় চৰকাৰে 370 আৰু 35(ক) ৰ দৰে অনুচ্ছেদ গৃহীত কৰিছে, তেন্তে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাত কোনো অসুবিধাৰ সৃষ্টি নহয় ৷"

পূৰ্বোত্তৰ ৰাজ্যত বৰ্তমান বিৰোধিতা হৈ থকা সন্দৰ্ভত তেওঁকয় যে, বিধেয়কখন গৃহীত হোৱাৰ পাচত সাধাৰণ জনগণক এই বিধেয়ক সম্পৰ্কত জ্ঞান দিয়াৰ চেষ্টা কৰিব ৷ বিজেপি চৰকাৰৰ বিভিন্ন নেতাক ইয়াৰ দায়িত্ব প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰে জগদম্বিকা পালে ৷

আৰু পঢ়ক : কেব : আই বি (IB), ৰ'ই (R&AW)- আশংকা ব্যক্তি কৰিছিল কেন্দ্ৰক

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details