অসম

assam

ETV Bharat / bharat

কৰ’ণাক পৰাজিত ঐশ্বৰ্য ৰায় বচ্চন আৰু আৰাধ্যা বচ্চনৰঃ অমিতাভ বচ্চনৰ সন্তুষ্টি প্ৰকাশ - বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চন

কৰ’ণাত আক্ৰান্ত হৈ ঐশ্বৰ্য ৰায় বচ্চন আৰু আৰাধ্যা বচ্চনো ভৰ্ত্তি হৈ আছিল মুম্বাইৰ নানাৱতী হাস্পতালত ৷ সোমবাৰৰ দিনটোত মাতৃ আৰু জীয়ৰী দুয়োগৰাকী সুস্থ হৈ অব্যাহতি লৈছে হাস্পতালৰ পৰা ৷

big-b-in-teary-eyes-as-aishwarya-aaradhya-return-home-from-hospital
কৰ’ণাক পৰাজিত ঐশ্বৰ্য ৰায় বচ্চন আৰু আৰাধ্যা বচ্চনৰঃ অমিতাভ বচ্চনৰ সন্তুষ্টি প্ৰকাশ

By

Published : Jul 28, 2020, 9:18 AM IST

নিউজ ডেস্ক,28জুলাইঃ বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ বোৱাৰী তথা জনপ্ৰিয় অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন আৰু তেওঁৰ জীয়ৰী আৰাধ্যা বচ্চনে কৰ'ণা ভাইৰাছক প্ৰত্যাহ্বান জনাই জয়ী হ'ল কৰ'ণাৰ যুদ্ধখনত ৷

সম্পূৰ্ণ 10 টা দিন হাস্পতালত কটোৱাৰ পিছত মাতৃ আৰু কন্যা দুয়োৱে বৰ্তমান অব্যাহতি লাভ কৰিছে হাস্পতালৰ পৰা ৷ এই কথা নিজৰ টুইটাৰ একাউন্ট যোগে প্ৰকাশ কৰিছে অভিনেতা অভিষেক বচ্চনে ৷

লগতে পঢ়কঃ সুখবৰ: লাওখোৱা অভয়াৰণ্যত বাঘৰ সফল প্ৰজনন

ABOUT THE AUTHOR

...view details