কৰ্ণাটক, ৯ জুন:ক'ৰণা মহামাৰীৰ বাবে নিৰ্বাচন আয়োগে দুখন স্নাতক আসন আৰু দুখন শিক্ষকৰ আসনৰ বাবে কৰ্ণাটকত অনুষ্ঠিত হ'বলগীয়া বিধানসভা পৰিষদৰ চাৰিখন আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচন স্থগিত কৰিছে ।আয়োগৰ যুটীয়া মুখ্য নিৰ্বাচনী বিষয়া এইছ জ্ঞানেশ এক বিবৃতিত প্ৰকাশ কৰে এই কথা ।
কৰ্ণাটকত স্থগিত বিধানসভা পৰিষদৰ দ্বি-বাৰ্ষিক নিৰ্বাচন - বিধানসভা পৰিষদৰ নিৰ্বাচন
COVID- ১৯ৰ বাবে দেশত বাহাল থকা নিষেধাজ্ঞাৰ কাৰণে বৰ্তমান পৰিস্থিতিত নিৰ্বাচন প্রক্রিয়াটো পৰিচালনা কৰা কিমান সম্ভৱ হ'ব,তাত সন্দেহ ব্যক্ত কৰি সাময়িকভাবে নিৰ্বাচন স্থগিত ৰখাৰ সিদ্ধান্ত লয় জৰীপ পেনেলে ।

Biennial polls to 4 Karnataka Council seats postponed
কৰ্ণাটকা বিধানসভা পৰিষদৰ চাৰিখন আসনৰ কাৰ্যকালৰ ম্যাদ ৩০ জুনত শেষ হ'ব । কিন্তু জৰীপ পেনেলে COVID- ১৯ ৰ বাবেদেশত বাহাল থকা নিষেধাজ্ঞাৰ কাৰণে বৰ্তমান পৰিস্থিতিত নিৰ্বাচন প্রক্রিয়াটো পৰিচালনা কৰা কিমান সম্ভৱ হ'ব, তাত সন্দেহ ব্যক্ত কৰি সাময়িকভাবে নিৰ্বাচন স্থগিত ৰখাৰ সিদ্ধান্ত লয় ।
লগতে চাওকঃ ক্ৰমাৎ বৃদ্ধি পাইছে বাঘজান তৈলক্ষেত্ৰৰ জুই