অসম

assam

ETV Bharat / bharat

সন্তানৰ বাবে "প্ৰত্যেক দিনৰ অভিনেতা" হোৱাৰ আহ্বান শচীন তেণ্ডুলকাৰৰ

তদুপৰি তেখেতে কয় যে, কৰ‘ণা মহামাৰীৰ ফলত বিদ্যালয় সমূহ বন্ধ হোৱাৰ লগতে আন্দোলন, চাকৰি হেৰুওৱা আদিৰ বাবে পিতৃ-মাতৃৰ লগতে তেওলোকৰ সন্তান সকলেও দৃঢ় মনোবলেৰে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰা উচিত ৷

By

Published : Aug 15, 2020, 7:25 PM IST

Be 'everyday heroes' for children: Sachin Tendulkar urges parents on I-Day
সন্তানৰ বাবে "প্ৰত্যেক দিনৰ অভিনেতা " হোৱাৰ বাবে আহ্বান শচীন তেণ্ডুলকাৰৰ

নিউজ ডেস্ক, 15 আগষ্ট: ক্ৰিকেট জগতৰ মহান খেলুৱৈ হিচাপে পৰিচিত শচীন তেণ্ডুলকাৰে শনিবাৰে 74 সংখ্যক স্বাধীনতা দিৱসৰ শুভক্ষণত দেশবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনায় ৷ লগতে সকলো পিতৃ মাতৃক নিজৰ সন্তানৰ বাবে "Everyday Heroes" হোৱাৰ বাবে আহ্বান জনায় ৷

শচীন তেণ্ডুলকাৰে এক টুইটযোগে কয় যে, "শিশু সকল ভাৰতৰ ভৱিষ্যৎ আৰু এই সকলেই আমাৰ দেশক আগবঢ়াই লৈ যাব ৷ আহক সিঁহতৰ "প্ৰত্যেক দিনৰ হিৰ' " হও আৰু সঠিক পৰিৱেশৰ সৃষ্টি কৰো যাৰ দ্বাৰা তেওঁলোকক যোগাত্মক কৰি ৰাখিব পাৰো ৷

তদুপৰি তেখেতে কয় যে, কৰ‘ণা মহামাৰীৰ ফলত বিদ্যালয় সমূহ বন্ধ হোৱাৰ লগতে আন্দোলন, চাকৰি হেৰুওৱা আদিৰ বাবে পিতৃ-মাতৃৰ লগতে তেওলোকৰ সন্তান লকলেও দৃঢ় মনোবলেৰে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰা উচিত ৷

ইয়াৰ লগতে তেওঁ কয় যে, কৰ‘ণা মহামাৰীৰ এই সময়চোৱাত আমি আমাৰ সন্তানৰ সৈতে সময় কটাবলৈ সুযোগ পাইছো ৷

লগতে পঢ়ক : অসাধাৰণ স্মৃতি শক্তিৰে পৰিপূৰ্ণ এগৰাকী বিস্ময় বালক

ABOUT THE AUTHOR

...view details