অসম

assam

ETV Bharat / bharat

2018-19 বৰ্ষত দেশত 71,500 কোটিৰ বেংক জালিয়াতি - banking sector

ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই প্ৰকাশ কৰিছে এই তথ্য

2018-19 বৰ্ষত দেশত সংঘটিত 71,500 কোটি টকাৰ বেংক জালিয়াতি

By

Published : Jun 3, 2019, 4:36 PM IST

  • সৰ্বমুঠ 6,801 টা বেংক জালিয়াতিৰ গোচৰ দাখিল 2018 চনত৷
  • 2017-18 চনত বেংক জালিয়াতিৰ পৰিমাণ আছিল 41,167.03 কোটি৷
  • প্ৰেছ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ এজন সাংবাদিকে দাখিল কৰা আৰ টি আইৰ প্ৰত্যুত্তৰত এই তথ্য প্ৰকাশ ৰিজাৰ্ভ বেংকৰ৷
  • গহনা উদ্যোগ, উদ্যোগখণ্ড, কৃষি, প্ৰচাৰ মাধ্যম, বিমান পৰিবহন, সেৱা আৰু প্ৰকল্প খণ্ডকে ধৰি
  • তথ্য প্ৰযুক্তি, ৰপ্তানি খণ্ড, ফিক্সড্ ডিপোজিট তথা বাণিজ্য লেনদেন আদি 13 টা ক্ষেত্ৰত সংঘটিত হৈছে বেংক জালিয়াতি৷

ABOUT THE AUTHOR

...view details