দিল্লী, 9 জুলাইঃ কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীৰ বিৰুদ্ধে আহমেদাবাদৰ এখন আদালতৰ চমন জাৰী ৷ ৰাহুল গান্ধীক 9 আগষ্টৰ ভিতৰত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে আদালতে ৷
ৰাহুল গান্ধীলৈ চমন আদালতৰ - etv bharat
ৰাহুল গান্ধীক 9 আগষ্টৰ ভিতৰত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে আদালতে ৷
ৰাহুল গান্ধীলৈ চমন আদালতৰ
লোকসভা নিৰ্বাচৰ ৰেলীৰ সময়ত গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপি কৰ্মীয়ে ৰুজু কৰিছিল মানহানি গোচৰ ৷