নেশ্যনেল ডেস্ক, 23 ছেপ্টেম্বৰঃ সেনা প্ৰমুখ জেনেৰেল বিপিন ৰাৱটে সোমবাৰে জনাই যে, বালাকোটত সন্ত্ৰাসবাদীৰ পুনৰুত্থান ঘটিছে ৷ 500 টা সন্ত্ৰাসবাদী ভাৰতত যি কোনো মুহুৰ্ত্তত প্ৰৱেশ কৰিবলৈ সাজু হৈ আছে ৷ তেওঁ জনাই যে, বালাকোটত সন্ত্ৰাসবাদীৰ ঘাটিৰ পুনৰুত্থানে এই কথা প্ৰমান কৰে যে পাকিস্তানে এই শিবিৰসমূহ আকৌ গঢ়ি উঠাত সহায় কৰিছে ৷ তেওঁ জনাই যে ভাৰতে বালাকোট এয়াৰ ষ্ট্ৰাইকৰ সময়ত সকলো সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰিছিল ৷
বালাকোটত পুনৰুত্থান হৈছে সন্ত্ৰাসবাদীৰ !! - BALAKOT REACTIVATED BY PAKISTAN, 500 TRYING TO INFILTRATE: ARMY CHIEF
বালাকটত সন্ত্ৰাসবাদীৰ পুনৰুত্থান ঘটিছে ৷ 500 টা সন্ত্ৰাসবাদী ভাৰতত যি কোনো মুহুৰ্ত্তত প্ৰবেশ কৰিবলৈ সাজু হৈ আছে ৷
![বালাকোটত পুনৰুত্থান হৈছে সন্ত্ৰাসবাদীৰ !!](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4527737-thumbnail-3x2-bpjpeg.jpg)
সেনা প্ৰমুখ জেনেৰেল বিপিন ৰাৱটে
500 টা সন্ত্ৰাসবাদী ভাৰতত যি কোনো মুহুৰ্ত্তত প্ৰবেশ কৰিবলৈ সাজু হৈ আছেঃ সেনা প্ৰমুখ জেনেৰেল বিপিন ৰাৱট
সেনা প্ৰমুখজনে আৰু কয় যে, পাকিস্তানে যুদ্ধ বিৰতি উলংঘা কৰি সন্ত্ৰাসবাদীক ভাৰতত প্ৰবেশ কৰাবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷
500 টা সন্ত্ৰাসবাদী ভাৰতত যি কোনো মুহুৰ্ত্তত প্ৰবেশ কৰিবলৈ সাজু হৈ আছেঃ সেনা প্ৰমুখ জেনেৰেল বিপিন ৰাৱট
কাশ্মীৰ সন্দৰ্ভত তেওঁক প্ৰশ্ন কৰাত তেওঁ কয় যে, কাশ্মীৰ উপত্যকাৰ লগত পাকিস্তানত থকা সন্ত্ৰাসবাদী গোটসমূহৰ সংযোগ বিচ্ছিন্ন হৈছে কিন্তু সাধাৰণ লোকৰ মাজত কোনো সংযোগ ব্যাহত হোৱা নাই ৷
500 টা সন্ত্ৰাসবাদী ভাৰতত যি কোনো মুহুৰ্ত্তত প্ৰবেশ কৰিবলৈ সাজু হৈ আছেঃ সেনা প্ৰমুখ জেনেৰেল বিপিন ৰাৱট
Last Updated : Sep 23, 2019, 10:54 PM IST