অসম

assam

By

Published : Jun 6, 2020, 11:14 AM IST

ETV Bharat / bharat

COVID-19 ৰ সংকটৰ সময়ত অনুৰাগীক মনোৰঞ্জন দিবলৈ আগ্ৰহী ৰেপ ষ্টাৰ বাদশ্বাহ

বিশ্বব্যপী মহামাৰী COVID-19 য়ে গ্ৰাস কৰাৰ সময়তে অনুৰাগীক মনোৰঞ্জন দিবলৈ আগ্ৰহী জনপ্ৰিয় ৰেপ ষ্টাৰ বাদশ্বাহ । সমগ্ৰ বিশ্বই কঠিন সময় অতিক্ৰম কৰা সময়তে শিল্পী গৰাকীয়ে অনুৰাগী তথা দেশবাসীক সজাগ কৰি আহিছে বুলিও সদৰি কৰে ।

COVID-19
COVID-19 ৰ সংকটৰ সময়ত অনুৰাগীক মনোৰঞ্জন দিবলৈ আগ্ৰহী ৰেপ ষ্টাৰ বাদশ্বাহ

নিউজ ডেস্ক, ৬ জুনঃ সমগ্ৰ বিশ্বই মহামাৰী COVID-19ৰ বিৰুদ্ধে যুঁজি থকা সংকটৰ সময়ছোৱাতে তথা এই কঠিন পৰিস্থিতিৰ সময়তে অনুৰাগীক মনোৰঞ্জন দিবলৈ আগ্ৰহী জনপ্ৰিয় ৰেপ ষ্টাৰ বাদশ্বাহে ।

COVID-19 ৰ সংকটৰ সময়ত অনুৰাগীক মনোৰঞ্জন দিবলৈ আগ্ৰহী ৰেপ ষ্টাৰ বাদশ্বাহ

ৰেপ ষ্টাৰ গৰাকীয়ে কয় য়ে, সমগ্ৰ বিশ্বই বৰ্তমান কঠিন সময় অতিক্ৰম কৰি আছে । যাৰ বাবে মই প্ৰয়াস কৰিম সেই সকল দৰ্শকক মনোৰঞ্জন দিবলৈ যিয়ে মোক ভৱিষ্যৎ জীৱনত আগবাঢ়ি যাবলৈ উৎসাহিত কৰি আহিছে ।

লগতে কয়, মই কৃতজ্ঞ যে মোৰ থাকিবলৈ বাসগৃহ আৰু খাবলৈ পৰ্যাপ্ততকৈ অধিক খাদ্য আছে । কিন্তু মই প্ৰাৰ্থনা কৰিছো যি এই সময়ত কঠোৰতকৈ কঠোৰ পৰিস্থিতি পাৰ কৰিছে তেখেতসকলৈ । লগতে মহামাৰীৰ পৰা বিশ্ববাসীয়ে শীঘ্ৰে পৰিত্ৰাণ পাব বুলিও মই আশাবাদী ।

ABOUT THE AUTHOR

...view details