- সমাজবাদী পাৰ্টিৰ নেতা আজম খানক ন্যায়িক জিম্মালৈ প্ৰেৰণ
- 7 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে এখন স্থানীয় আদালতে
- আজম খানৰ লগতে পুত্ৰ আব্দুল্লা আজমকো ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
- পিতা পুত্ৰৰ সৈতে পত্নী তানজীন ফাতিমাকো ন্যায়িক জিম্মালৈ
- তেওঁলোকৰ অস্থাৱৰ আৰু স্থাৱৰ সম্পত্তি জব্দ কৰিবলৈ আদালতে নিৰ্দেশ প্ৰদান কৰিছে
আজম খানক 7 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ - তানজীন ফাতিমা
![আজম খানক 7 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আজম খানক 7 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6209443-thumbnail-3x2-azam-khan.jpg)
আজম খানক 7 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ
14:51 February 26
সমাজবাদী পাৰ্টিৰস নেতা আজম খানক 7 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে আদালতে ৷
Last Updated : Feb 26, 2020, 3:51 PM IST