অসম

assam

ETV Bharat / bharat

অযোধ্যাৰ বিবাদমান ভূমিত নিৰ্মাণ হ'ব ৰাম মন্দিৰ - উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

গোচৰৰ ৰায়দান দি উচ্চতম ন্যায়ালয়ে ক'লে আস্থা আৰু বিশ্বাসৰ ওপৰত ভিত্তি কৰি ৰায়দান কৰা নহয় ৷ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে 3 মাহৰ ভিতৰত ন্যাস প্ৰস্তুত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ ৷ মুছলমান সকলৰ বাবে 5 একৰ বিকল্প ভূমিৰ প্ৰস্তাৱ ৷

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান: অযোধ্যাৰ বিবাদমান ভূমিত নিৰ্মাণ হব ৰাম মন্দিৰ

By

Published : Nov 9, 2019, 11:48 AM IST

Updated : Nov 9, 2019, 12:03 PM IST

নতুন দিল্লী, 9 নৱেম্বৰ :

  • বিবাদমান অযোধ্যা গোচৰত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান
  • অযোধ্যাৰ বিবাদমান ভূমিত নিৰ্মাণ হ'ব ৰাম মন্দিৰ
  • মুছলমানসকলে মচজিদৰ বাবে 5 একৰ বিকল্প মাটি
  • মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত 5 জনীয়া বিচাৰপীঠে দিলে এই ৰায়দান
  • তিনি মাহৰ ভিতৰত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ন্যাস প্ৰস্তুত কৰিবলৈ কেন্দ্ৰ চৰকাৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
  • আস্থা আৰু বিশ্বাসৰ ওপৰত ভিত্তিত ৰায়দান কৰা নহয়: উচ্চতম ন্যায়ালয়
Last Updated : Nov 9, 2019, 12:03 PM IST

ABOUT THE AUTHOR

...view details