অসম

assam

ETV Bharat / bharat

অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ ট্ৰাষ্টৰ অফিচিয়েল ৱেবচাইট মুকলি - ৱেবচাইট

উত্তৰ প্ৰদেশৰ পযটন বিভাগৰ নিলকান্ত তিৱাৰীয়ে অফিচিয়েল ৱেবচাইট মুকলি কৰে ৰাম মন্দিৰ নিমাণৰ 'srjbtkshettra.org' অযোধ্যাত বুধবাৰে ।

অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ ট্ৰাষ্টৰ অফিচিয়েল ৱেবচাইট মুকলি
অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ ট্ৰাষ্টৰ অফিচিয়েল ৱেবচাইট মুকলি

By

Published : Jun 18, 2020, 8:40 PM IST

নিউজ ডেস্ক ,১৮ জুনঃ শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্র নিৰ্মাণ কৰি থকা ট্ৰাষ্টে বুধবাৰে এটা অফিচিয়েল ৱেবচাইট মুকলি কৰে যাৰ জৰিয়তে মন্দিৰ নিৰ্মাণ কৰি থকা সকলো তথ্যৰ বিষয়ে অৱগত হ'ব পাৰিব ।

অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ ট্ৰাষ্টৰ অফিচিয়েল ৱেবচাইট মুকলি

ইপিনে অফিচিয়েল ৱেবচাইট মুকলি কৰে ৰাজ্যখনৰ পযটন বিভাগৰ মন্ত্রী নিলকান্ত তিৱাৰীৰ,লগতে তেওঁ মন্দিৰ নিৰ্মাণ সমিতিৰ সাধাৰণ সম্পাদক । আনহাতে প্ৰথমবাৰৰ বাবে অযোধ্যা ভ্ৰমণলৈ যায় ৰাম লালাৰ নতুন ঠাইলৈ স্থানান্তৰ কৰাৰ পিছত আৰু বিয়লি ভাগৰ আৰতিত উপস্হিত থাকে ।

অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ ট্ৰাষ্টৰ অফিচিয়েল ৱেবচাইট মুকলি

ইফালে ৱেবচাইটৰ জৰিয়তে ৰাম মন্দিৰ বিষয়ে জানিব বিচাৰিলে সকলো বোৰ তথ্য পাতি আপলোড কৰা থাকিব তাৰ পৰা জানিব পাৰিব ।লগতে নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বিষয়েও সকলো তথ্য সন্নিবিষ্ট থাকিব বুলি জানিবলৈ দিয়ে ৰাম মন্দিৰ নিমাণ ট্ৰাষ্টে।

অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ ট্ৰাষ্টৰ অফিচিয়েল ৱেবচাইট মুকলি

লগতে চাওকঃ জম্মু আৰু কাশ্মীৰত পুনৰ যুদ্ধ বিৰতি উলংঘা পাকিস্তানী সেনাৰ

ABOUT THE AUTHOR

...view details