128 কোটি টকাৰ এখন বিল! - বিদ্যুত বিভাগ
চামিমৰ পত্নীয়ে জনাই যে, তেঁওলোকে ঘৰত এখন ফেনৰ বাহিৰে কোনো ধৰণৰ বৈদ্যুতিক সঁজুলি ব্যৱহাৰ নকৰে ৷
![128 কোটি টকাৰ এখন বিল!](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3905440-thumbnail-3x2-upjpeg.jpg)
128 কোটি টকাৰ এখন বিল!
নিউজ ডেস্ক, 21 জুলাই: বিদ্যুত বিভাগৰ বিসংগতিপূৰ্ণ বিল কোনো নতুন কথা নহয় ৷ এইবাৰ হাজাৰ বা লাখ নহয়, আহিল এখন কোটিটকীয়া বিল ৷