তেজপুৰ, 3 মেঃ বৃহস্পতিবাৰে ভাৰতীয় বায়ু সেনাই গুৱাহাটী, তেজপুৰ,কলকাতা আৰু অন্দালত যুঁজাৰু বিমানৰ অনুশীলন কৰে৷ পাইলটসকলে যাতে সকলো দুৰ্ঘটনাক নিয়ন্ত্ৰণ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় বায়ু সেনাই পূব ভাৰত ছেক্টৰৰ লগতে বৰঝাৰ বিমান বন্দৰতো বিমানৰ উৰণ-অৱতৰণৰ অনুশীলন কৰে৷
গুৱাহাটীত বায়ুসেনাৰ অনুশীলন - যুঁজাৰু বিমান
পাইলটসকলে যাতে সকলো দুৰ্ঘটনাক নিয়ন্ত্ৰণ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় বায়ু সেনাই পূব ভাৰত ছেক্টৰৰ লগতে বৰঝাৰ বিমান বন্দৰতো বিমানৰ উৰণ-অৱতৰণৰ অনুশীলন কৰে৷

দুৰ্ঘটনা নিয়ন্ত্ৰণৰ বাবে ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান অনুশীলন
দুৰ্ঘটনা নিয়ন্ত্ৰণৰ বাবে ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান অনুশীলন
আৰু পঢ়ক উত্তৰ-পূবতো পৰিব পাৰে 'ফনী'ৰ প্ৰভাৱ
উল্লেখ্য যে চলিত মাহৰ 1 আৰু 2 তাৰিখে কলকাতা, বৰঝাৰ বিমান বন্দৰ আৰু অন্দালত বায়ুসেনাই হাঁক জেটেৰে ছুখ’ই, ছু-৩০এমকে আই যুঁজাৰু বিমানৰ অনুশীলন চলায় ৷