নিউজ ডেস্ক, 4 জুনঃ গুজৰাটৰ বডোদৰাত সোমবাৰে 18 টাকৈ বিশেষভাৱে সক্ষম দম্পতিৰ সামাজিক বিবাহ সম্পন্ন হয় ৷ সম্পূৰ্ণ হিন্দু ৰীতি-নীতিৰে সম্পন্ন হোৱা এই সামাজিক বিবাহত আটাইকেইগৰাকী কইনাই ৰঙা সাজ পৰিধান কৰে ৷
বডোদৰাত বিশেষভাৱে সক্ষম দম্পতিৰ সামাজিক বিবাহ সম্পন্ন - বিশেষভাৱে সক্ষম দম্পতী
উল্লেখ্য যে সামাজিক বিবাহ ভাৰতীয় সমাজৰ এক লোকপ্ৰিয় পৰম্পৰা স্বৰূপ ৷ বিশেষকৈ আৰ্থিকভাৱে পিচপৰা অভিভাৱকসকলৰ ক্ষেত্ৰত সামজিক বিবাহে সন্তানৰ বিবাহ সম্পন্ন কৰোৱাত সহায় আগবঢ়াই আহিছে ৷
বডোদৰাত বিশেষভাৱে সক্ষম দম্পতীৰ সামাজিক বিবাহ সম্পন্ন
উল্লেখ্য যে সামাজিক বিবাহ ভাৰতীয় সমাজৰ এক লোকপ্ৰিয় পৰম্পৰা স্বৰূপ ৷ বিশেষকৈ আৰ্থিকভাৱে পিচপৰা অভিভাৱকসকলৰ ক্ষেত্ৰত সামজিক বিবাহে সন্তানৰ বিবাহ সম্পন্ন কৰোৱাত সহায় আগবঢ়াই আহিছে ৷