অসম

assam

ETV Bharat / bharat

কংগ্ৰেছ বিজেপিক প্ৰত্যাহ্বান বাওপন্থী নেতা নিলোৎপল বাসুৰ - বাওপন্থী নেতা

লোকসভা নিৰ্বাচনত বাওপন্থী নেতাই বিজয় লাভ কৰাতো প্ৰায় নিশ্চিতঃ নিলোৎপল বাসু

কংগ্ৰেছ বিজেপিক প্ৰত্যাহ্বান বাওপন্থী নেতা নিলোৎপল বাচেৰ

By

Published : Mar 26, 2019, 1:17 PM IST

Updated : Mar 26, 2019, 6:58 PM IST


নতুন দিল্লী, 26 মাৰ্চঃ ত্ৰিপুৰাত কংগ্ৰেছ আৰু আই এন পি টি দলৰ মাজত পূৰ্বৰ নিৰ্বাচনক লৈ হোৱা সমিধানৰ 24 ঘন্টা পিচতে সোমবাৰে বহু কেইজন দিল্লীস্থিত বাওপন্থী নেতাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

চি পি এমৰ পালিত ব্যুৰো আৰু দলৰ জেষ্ঠ নেতা নিলোৎপল বাচে সোমবাৰে ই টিভি ভাৰতৰ সাংবাদিকৰ লগত হোৱা এক সাক্ষাৎকাৰত বহু বিষয়ৰ ওপৰত নিজৰ মত দিয়ে ৷ ত্ৰিপুৰাৰ বিগত বছৰৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ ভোটৰ সংখ্যা বহু সংখ্যক হ্ৰাসপোৱা বুলিও জানিবলৈ দিয়ে জেষ্ঠ নেতাজনে ৷

কংগ্ৰেছ বিজেপিক প্ৰত্যাহ্বান বাওপন্থী নেতা নিলোৎপল বাচেৰ

বিগত বিধানসভাত কংগ্ৰেছৰ ভোটৰ হাৰ 44 শতাংশৰ পৰা 2 শতাংশলৈ হ্ৰাস পায় আনহাতে বহুখিনিবিজেপি নেতাই ইতিমধ্যে দল ত্যাগ কৰা বুলি জানিবলৈ দিয়ে নেতাজনে ৷ সেয়ে আগন্তুক লোকসভা নিৰ্বাচনত বাওপন্থী নেতাই জয় লাভ কৰাতো প্ৰায় নিশ্চিত বুলি সাংবাদিকৰ আগত কয় নেতাজনে ৷ চিপিএমদলৰ পৰা প্ৰাৰ্থীত্ব পোৱা শংকৰ প্ৰসাদ দুৰ্গাৰ ওপৰত বিজেপি কৰ্মীয়ে আক্ৰমণ কৰাৰো অভিযোগ উত্থাপন কৰে জেষ্ঠ নেতা নিলোৎপল বাচেই ৷

উল্লেখ্য যে সাক্ষাৎকাৰটোত নেতাগৰাকীয়ে জনায় যে এই নিৰ্বাচনত উক্ত দলটোৱে কেৱল কেৰালাতে নহয় পশ্চিমবংগতোজয় লাভ কৰিব বুলি মত প্ৰকাশ কৰে চি পি এম নেতাজনে৷

Last Updated : Mar 26, 2019, 6:58 PM IST

ABOUT THE AUTHOR

...view details