নিউজ ডেস্ক, 8 নৱেম্বৰ : ওড়িশাৰ চম্বলপুৰ জিলাত থকা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহত শুকুৰবাৰে পুৱা উপস্থিত হয় অসমৰ সাংস্কৃতিক সঞ্চালক প্ৰীতম শইকীয়া ৷ অসমৰ সাংস্কৃতিক সঞ্চালকগৰাকীৰ সৈতে উপস্থিত থাকে লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিৰ বিষয়ববীয়া সকল ৷ বেজবৰুৱাৰ "সাধনাগৃহ" পুনঃনিৰ্মাণ প্ৰকল্পৰ বাবে ওড়িশা আৰু অসম চৰকাৰ উভয়ে 50 লাখকৈ টকাৰ অনুমোদন আগবঢ়ায় ৷
ৰসৰাজৰ ’সাধনাগৃহ’পৰিদৰ্শন অসমৰ সাংস্কৃতিক সঞ্চালকৰ - ৰসৰাজৰ ’সাধনাগৃহ’পৰিদৰ্শন অসমৰ সাংস্কৃতিক সঞ্চালকৰ
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহত শুকুৰবাৰে পুৱা উপস্থিত হয় অসমৰ সাংস্কৃতিক সঞ্চালক প্ৰীতম শইকীয়া ৷ বেজবৰুৱাৰ "সাধনাগৃহ" পুনঃনিৰ্মাণ প্ৰকল্পৰ বাবে ওড়িশা আৰু অসম চৰকাৰে উভয়ে প্ৰদান কৰে 50 লাখকৈ টকাৰ অনুমোদন ৷
ৰসৰাজৰ সাধনাগৃহ পৰিদৰ্শন অসমৰ সাংস্কৃতিক সঞ্চালকৰ
মেৰামতি আৰু পুনঃনিৰ্মাণ সম্পূৰ্ণ হ'লে এই গৃহটি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হ'ব বুলি আশা প্ৰকাশ কৰে সঞ্চালকগৰাকীয়ে ৷ বেজবৰুৱাৰ বাসগৃহ সংৰক্ষণ আৰু পুনঃনিৰ্মাণৰ বাবে আৰ্থিক অনুদান আগবঢ়োৱা ওড়িশা চৰকাৰৰ শলাগ লয় অসমৰ সাংস্কৃতিক সঞ্চালক প্ৰীতম শইকীয়াই ৷
- লগতে চাওক- ইৰাণত 5.9 প্ৰাবল্যৰ ভূমিকম্প
Last Updated : Nov 8, 2019, 4:57 PM IST
TAGGED:
Assam Cultural Secretary