অসম

assam

ETV Bharat / bharat

কেবকলৈ অসমীয়াৰ ক্ষোভঃ কোনো কি কলে?

তৃণমুল কংগ্ৰেছৰ সাংসদ ডেৰেক অ'ব্ৰায়নে নাগৰিকত্ব সংশোধনী বিধেয়কখন Nazi Garmany আইনৰ লগত তুলনা কৰে

By

Published : Dec 13, 2019, 8:28 PM IST

cab
কেবকলৈ অসমীয়াৰ ক্ষোভঃ কোনো কি কলে?


নিউজ ডেস্ক, 13 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনখনকলৈ বৰ্তমানে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অব্যাহত আছে প্ৰতিবাদ ৷ বিভিন্ন দল-সংগঠনকে ধৰি সাধৰণ নাগৰিক, শিল্পী সকলোৱে আইনখনৰ বিৰোধিতা কৰি পৰিৱেশ উত্তাল কৰে ৷ ৰাষ্ট্ৰীয় পৰ্যায়তো আইনখনকলৈ বিভিন্নজনে মত ব্যক্ত কৰে ৷

কেবকলৈ অসমীয়াৰ ক্ষোভঃ কোনো কি কলে?

তৃণমুল কংগ্ৰেছৰ সাংসদ ডেৰেক অ'ব্ৰায়নে নাগৰিকত্ব সংশোধনী বিধেয়কখন Nazi Garmany আইনৰ লগত তুলনা কৰে ৷

তাৰোপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 12 ডিচেম্বৰ দিনটো "ঐতিহাসিক দিন" হিচাপে পৰিগণিত হ'ব বুলি মত ব্যক্ত কৰে ৷

কেবকলৈ অসমীয়াৰ ক্ষোভঃ কোনো কি কলে?

কংগ্ৰেছৰ কেইবাগৰাকীও বয়োজ্যষ্ঠ্য নেতাই নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলি সদৰী কৰে ৷ অধিবক্তা অভিষেক মানু সিঙভিয়ে আইনখন সংবিধানৰ বিৰুদ্ধে বুলি মন্তব্য কৰে ৷

কেবকলৈ অসমীয়াৰ ক্ষোভঃ কোনো কি কলে?


উল্লেখ্য যে, বৃহস্পতিবাৰৰ পৰা আইনত পৰিণত হ'ল বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ বিগত 11 ডিচেম্বৰত ৰাজ্যসভাত 125 টা বিধেয়কখনৰ সপক্ষত ভোট পোৱা পাচতে গৃহীত হয় বিধেয়কখন ৷ তাৰ পাচতে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ প্ৰদান কৰা পাচতে বিধেয়কখন আইনত পৰিণত হয় ৷

কেবকলৈ অসমীয়াৰ ক্ষোভঃ কোনো কি কলে?


এই বিধেয়কখন আইনত পৰিণত হোৱা পাচতে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশত থকা হিন্দু শৰণাৰ্থী ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰা হ'ব ৷

কেবকলৈ অসমীয়াৰ ক্ষোভঃ কোনো কি কলে?

ABOUT THE AUTHOR

...view details