অৰুণাচল,11এপ্ৰিলঃ কেৱল নিৰ্বাচনী দলীয় হিংসা নথকাৰ ফলতে শান্তিপূৰ্ণভাৱে চলিছে অৰুণাচল প্ৰদেশৰ ভোটদান প্ৰক্ৰিয়া এই মন্তব্য কিৰেণ ৰিজিজুৰ ৷ অৰুণাচলৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ ভোটাৰ ৰাইজক ভোটদান কৰিবলৈ উৎসাহ দিয়ে গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৷ লগতে অৰুণাচল বিধানসভা নিৰ্বাচনত মুঠ 60খন আসনৰ ভিতৰত বিজেপিয়ে 47 আসন, কংগ্ৰেছে 1 বা 2 খন আসন পাব বুলি উল্লেখ কৰে মন্ত্ৰীজনে ৷
"অৰুণাচলত বিজেপিয়ে 47খন আসন পোৱাৰ বিপৰীতে কংগ্ৰেছে 1বা 2খন পাব পাৰে "-কিৰেণ ৰিজিজু - কিৰেণ ৰিজিজু
ভোটদানৰ দিনটোত হেলিকপ্তাৰ ব্যৱহাৰ কৰিব নোৱাৰৰ ফলত নিজ ভোটগ্ৰহণ কেন্দ্ৰ অৰ্থাৎ পশ্চিম কামেং জিলাৰ নাফ্ৰাত ভোটদান কৰাৰ পৰা বিৰত থাকে গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী কিৰেণ ৰিজিজু

"অৰুণাচলত বিজেপিয়ে 47 খন আসন পোৱাৰ বিপৰীতে কংগ্ৰেছে 1বা 2 খন পাব পাৰে "- কিৰেণ ৰিজিজু
"অৰুণাচলত বিজেপিয়ে 47 খন আসন পোৱাৰ বিপৰীতে কংগ্ৰেছে 1বা 2 খন পাব পাৰে "- কিৰেণ ৰিজিজু
আনহাতে ভোটদানৰ দিনটোত হেলিকপ্তাৰ ব্যৱহাৰ কৰিব নোৱৰাৰ ফলত নিজ ভোটগ্ৰহণ কেন্দ্ৰ অৰ্থাৎ পশ্চিম কামেং জিলাৰ নাফ্ৰাত ভোটদান কৰাৰ পৰা বিৰত থাকে মন্ত্ৰীগৰাকী ৷ এই সম্বন্ধে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ দিবলৈয়ো কুন্থাবোধ কৰে মন্ত্ৰীজনে ৷