অসম

assam

ETV Bharat / bharat

আমেথিত দুৰ্বৃত্তৰ গুলীত নিহত প্ৰাক্তন গাঁওবুঢ়া - বৰ'লিয়া গাঁৱৰ প্ৰক্তন গাঁওবুঢ়া

জানিব পৰা মতে নৱ-নিৰ্বাচিত সাংসদ স্মৃতি ইৰাণীৰ অতি ঘনিষ্ঠ আছিল নিহত সুৰেন্দ্ৰ প্ৰতাপ সিং ৷

আমেথিত দুৰ্বৃত্তৰ গুলিত নিহত প্ৰাক্তন গাঁওবুঢ়া

By

Published : May 26, 2019, 10:00 AM IST

নিউজ ডেস্ক, 26 মেঃ শনিবাৰে নিশা আমেথি জিলাত দুৰ্বৃত্তৰ গুলীত নিহত বৰ'লিয়া গাঁৱৰ প্ৰাক্তন গাঁওবুঢ়া সুৰেন্দ্ৰ প্ৰতাপ সিং ৷ জানিব পৰা মতে, নৱ-নিৰ্বাচিত সাংসদ স্মৃতি ইৰাণীৰ অতি ঘনিষ্ঠ আছিল নিহত সুৰেন্দ্ৰ প্ৰতাপ সিং ৷

উল্লেখ্য যে, নিহত সুৰেন্দ্ৰ প্ৰতাপ সিঙৰ গাঁওখন বিজেপি নেতা মনোহৰ পাৰিকৰৰ তোলনীয়া গাঁও ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ৷

ABOUT THE AUTHOR

...view details