অসম

assam

ETV Bharat / bharat

অসমীয়াৰ ৰক্ষা কৱচকলৈ আনুষ্ঠানিক চিন্তা... - AASU

সুদীৰ্ঘ 34টা বছৰ....আন্দোলন,প্ৰতিবাদ, শ্বহীদৰ কেঁচা তেজ আৰু তিনিটা দশকৰ অসমীয়াৰ আবেগ....

অসমীয়াৰ সুৰক্ষা কৱচকলৈ আনুষ্ঠানিক চিন্তা...

By

Published : Jul 24, 2019, 10:06 PM IST

বুধবাৰে নতুন দিল্লীত অনুষ্ঠিত হ'ল অসমৰ ভৱিষ্যত নিৰ্ণয়কাৰী বহু অপেক্ষিত অসম চুক্তিৰ 6নং দফা সন্দৰ্ভত প্ৰথমখন আলোচনা ৷ অসম চুক্তি সন্দৰ্ভত ইতিমধ্যে বহুকেইখন আলোচনা আছু আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত অনুষ্ঠিত হৈছিল যদিও সম্পূৰ্ণ 34 বছৰৰ পিচত 6নং দফা সন্দৰ্ভত আলোচনা হয় দিল্লীৰ নৰ্থব্লকত অৱস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ত ৷ তিনিটা দশকৰ পিচত আশাৰ সঞ্চাৰ কৰা এই বৈঠকত উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী জি কিষাণ ৰেড্ডি, প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গ, সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া সহ কেবিনেটৰ এক উচ্চস্তৰীয় প্ৰতিনিধিৰ দল ৷ কি কি আলোচনা হ'ল এই বৈঠকত ?

অসমীয়াৰ সুৰক্ষা কৱচকলৈ আনুষ্ঠানিক চিন্তা...

ABOUT THE AUTHOR

...view details