অসম

assam

ETV Bharat / bharat

অনুচ্ছেদ 370 ভাৰতৰ আভ্যন্তৰীণ বিষয় - জম্মু কাশ্মীৰ

অনুচ্ছেদ 370 ভাৰতৰ আভ্যন্তৰীণ বিষয়

অনুচ্ছেড 370 ভাৰতৰ অভ্যন্তৰিণ বিষয়

By

Published : Aug 17, 2019, 6:11 PM IST

এক সংবাদমেলত ভাৰতৰ ৰাষ্ট্ৰদূত আৰু নিৰাপত্তা পৰিষদৰ স্থায়ী প্ৰতিনিধি চৈয়দ আকবৰউদ্দিনে অনুচ্ছেড 370 ভাৰতৰ আভ্যন্তৰীণ বিষয় বুলি কয় ৷ ইয়াৰ লগতে তেওঁ কয় যে ভাৰতৰ এই সিন্ধান্তই জম্মু কাশ্মীৰ আৰু লাডাখৰ লোকসকলৰ সামাজিক আৰু অৰ্থিক বিকাশত সহায় কৰিব ৷

অনুচ্ছেড 370 ভাৰতৰ অভ্যন্তৰিণ বিষয়

ABOUT THE AUTHOR

...view details