অসম

assam

ETV Bharat / bharat

Article 370 : সংবিধানিক বিচাৰপিঠলৈ প্ৰেৰণ কৰা হ'ব গোচৰ ! - শুনণি

2021 বৰ্ষৰ 21 জানুৱাৰীৰ পৰা এই বিষয়টো সম্পৰ্কে আৰম্ভ হ'ব শুনণি ৷ বিভিন্নজনে প্ৰেৰণ কৰা য়াচিকা আৰ্জি সমূহ চোৱাৰ পিছত মঙলবাৰে এই কথা সদৰী কৰে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালটোৱে ৷

Article 370
Article 370

By

Published : Dec 13, 2019, 3:23 PM IST

নতুন দিল্লীঃ ভাৰতৰ উচ্চতম ন্যায়ালয়ে সংবিধানিক বিচাৰপিঠলৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ গোচৰ ৷ বিভিন্ন জনে প্ৰেৰণ কৰা য়াচিকা আৰ্জি সমূহ চোৱাৰ পিছত মঙলবাৰে এই কথা সদৰী কৰে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালটোৱে ৷

উক্ত অনুচ্ছেদে কাশ্মীৰক প্ৰদান কৰি আহিছিল বিশেষ মৰ্যদা ৷ জেষ্ঠ অধিবক্তা দীনেশ দৌবিদিয়ে প্ৰেম শংকৰ ঝাক প্ৰতিনিধিত্ব কৰি 1959 ৰ প্ৰেম নাথ কৌল বনাম জে এণ্ড কে ৰ বিষয়ৰ বিচাৰত শীৰ্ষ আদালতৰ পাঁচ জনীয়া সংবিধান বিছাৰপিঠৰ পৰস্পৰ বিৰোধী নিৰ্ণয়ৰ দিশে আঙুলীয়াই ৷ তেও বিষয়টো নিষ্পত্তিৰ বাবে সাতজনীয়া সংবিধানিক বিচাৰ পীঠলৈ গোচৰটো প্ৰেৰণ কৰাৰ দাবী কৰে ৷

জেষ্ঠ অধিবক্তা ৰাজিব ধাৱনে কয় যে, 5 আগষ্টত কেন্দ্ৰৰ 370 প্ৰত্যাহাৰৰ সিদ্ধান্ত পত্যাহ্বান বৃহৎ পীঠৰ সৈতে জৰিত ৷
2021 বৰ্ষৰ 21 জানুৱাৰীৰ পৰা এই বিষয়টো সম্পৰ্কে আৰম্ভ হ'ব শুনাণি ৷

ABOUT THE AUTHOR

...view details